বজালীত হোটেলৰ অমা*নৱীয় কাণ্ড ।
খাদ্যত বিহ দি ছাগলী নি*ধনৰ অভিযোগ হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে ।
বিষক্ৰিয়া হৈ মৃ*ত্যু তিনিটা গাভিনী ছাগলীসহ এটা পোৱালিৰ ।
কহঁৰাৰ ৩৭ ৰাজস্থানী হোটেলখনৰ বিৰুদ্ধে এই অভিযোগ ছাগলীৰ গৰাকীৰ ।
ঘটনা সন্দৰ্ভত ভৱানীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল ছাগলীৰ গৰাকী চালেনা বেগমৰ ।
ইতিমধ্যে ছাগলী কেইটাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে আৰক্ষীয়ে ।