Category: বিদেশ

এইবাৰ অসমীয়া আধ্যাত্মিক আৰু ধৰ্মীয় চেতনা আৰু স্বাভিমানৰ প্ৰতীক চেলেং চাদৰক অপমান

গুৱাহাটী ১২ ডিচেম্বৰ: এগৰাকী বলীউদৰ জনপ্ৰিয় অভিনেতাৰ সম্পৰ্কলৈ আহি একাংশ লোকৰ মাজত বিখ্যাত হৈ পৰা বুলি নিজকে প্ৰচাৰ কৰা কৰিশ্মা…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক বিজয়ী ভাৰতীয় মহিলা বক্সাৰৰ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক বিজয়ী ভাৰতীয় মহিলা বক্সাৰৰ ।ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত হোৱা ২০২৫ চনৰ বিশ্ব বক্সিং…

বন্ধ ১৬ বছৰৰ তলৰ শিশু তথা কিশোৰ-কিশোৰীসকলৰ ছ’চিয়েল মিডিয়া একাউণ্ট

অষ্ট্ৰেলিয়াত বিশ্বৰ ভিতৰতে প্ৰথমটো ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। দেশখনৰ ১৬ বছৰৰ তলৰ শিশু তথা কিশোৰ-কিশোৰীসকলৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ…

ইণ্টেলৰ মুখ্য কাৰ্যবাহী বিষয়া লিপ-বু টানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

ইণ্টেলৰ মুখ্য কাৰ্যবাহী বিষয়া লিপ-বু টানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত তেওঁলোকে প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰে। লগতে…

গোৱাৰ নৈশ ক্লাৱত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড সন্দৰ্ভত এজনক আটক

গোৱাৰ নৈশ ক্লাৱত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড সন্দৰ্ভত গোৱা আৰক্ষীয়ে অজয় গুপ্তা নামৰ এজনক আটক কৰিছে। আটকাধীন লোকজন নৈশক্লাৱটোৰ ৪ স্বত্বাধিকাৰীৰ…

UNESCOৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত পোহৰৰ উৎসৱ দীপাৱলী

UNESCOৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত পোহৰৰ উৎসৱ দীপাৱলী। সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে এই কথা ঘোষণা কৰাৰ লগতে…

থাইলেণ্ড- কম্বোডিয়াৰ বিবাদিত সীমান্তত পুনৰ যদ্ধসদৃশ পৰিবেশ

থাইলেণ্ড- কম্বোডিয়াৰ বিবাদিত সীমান্তত পুনৰ যদ্ধসদৃশ পৰিবেশৰ সৃষ্টি হৈছে। দুয়োখন দেশে পৰস্পৰৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ তুলিছে। থাইলেণ্ডে কম্বোডিয়াৰ…

প্ৰথম দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ ক্ৰিকেট খেলুৱৈ অসম গৌৰৱ সিমু দাস স্ব-গৃহত উপস্থিত।

প্ৰথম দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ ক্ৰিকেট খেলুৱৈ অসম গৌৰৱ সিমু দাস স্ব-গৃহত উপস্থিত। উৰুখা পজাৰ পৰা গৈ বিশ্ব জয় কৰা…

গোৱাৰ নাইট ক্লাবত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ

গোৱাৰ নাইট ক্লাবত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ। বিস্ফোৰণৰ পাছতে নাইট ক্লাবটোত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিদগ্ধ হৈ ৩ গৰাকী মহিলাসহ ২৫ গৰাকীকৈ লোকৰ…

দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত…