Category: দেশ

মঙলবাৰে ভাৰ্চ্যুৱেলী হ’ব ৭ অভিযুক্তৰ শুনানি;আৰক্ষীৰে বৈঠকৰ অন্তত ভাৰ্চ্যুৱেলী শুনানিৰ নিৰ্দেশ দণ্ডাধীশৰ।

মঙলবাৰে ভাৰ্চুৱেলি আদালতত সন্মুখত হাজিৰ কৰোৱা হ’ব ৭ অভিযুক্তক। মঙলবাৰে অভিযুক্তসকলৰ বিশেষ কোনো মতামত গ্ৰহণ কৰা নহয়। কেৱল স্বাস্থ্যজনীত দিশবোৰ…

কামৰূপ দদৰাত আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী।

কামৰূপ দদৰাত আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী। প্ৰায় ৪ টনৰো অধিক চোৰাং সামগ্ৰীসহ এখন মিনি ট্ৰাক জব্দ…

কেন্দ্ৰীয় পৰ্যায়ত বিজেপিত নতুন নেতাক দায়িত্ব

কেন্দ্ৰীয় পৰ্যায়ত বিজেপিত নতুন নেতাক দায়িত্ব। ৰাষ্ট্ৰীয় বিজেপিৰ নতুন কাৰ্যকৰী সভাপতি নীতিন নবীন। বিহাৰ চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী নীতিন…

শিৱসাগৰত একেলগে ১৫ হাজাৰ নামতীয়ে পৰিৱেশন কৰিব দিহানাম

শিৱসাগৰত দিহানামৰ বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি। শিৱসাগৰত একেলগে ১৫ হাজাৰ নামতীয়ে পৰিৱেশন কৰিব দিহানাম। দিহানামৰ বিষয়ে বস্তু শুদ্ধৰূপত পৰম্পৰা আৰু পদ্ধতিগতভাৱে…

অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দুদিনীয়া ভ্রমণসূচীৰে ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

অহা ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। দুদিনীয়া অসম ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে বৰঝাৰস্থিত লোকপ্রিয়…

“শিৱসাগৰত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰী নাইবা পীয়ুষ হাজৰিকা আহক”

শিৱসাগৰত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰী নাইবা পীয়ুষ হাজৰিকা আহক। এটা হত্যাকাৰীৰ বিৰুদ্ধে মোৰ নিৰ্বাচন খেলিবলৈ লাজ লাগিব। মই শিৱসাগৰত…

শুৱালকুছিত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

শুৱালকুছিত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ। নিশা শুৱালকুছি জব্দ বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰাসহ বাহন। শুৱালকুছি প্ৰৱেশ দ্বাৰ সমীপত থকা…

২৪ ডিচেস্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা

২৪ ডিচেস্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশন আৰু…

শক্তিপীঠ কামাখ্যাত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম

শক্তিপীঠ কামাখ্যাত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম। পুৱাই উপস্থিত হৈ মা কামাখ্যাৰ আশীষ ল’লে কণ্ঠশিল্পীগৰাকীয়ে। মাৰ চৰণত আগবঢ়ালে বিশেষ পূজা-অৰ্চনা।…

কাঁপলা বিলত বেদখল আৰু পৰিভ্ৰমী চৰাই নিধন

সৰ্থেবাৰীৰ ঐতিহাসিক কাঁপলা বিলত বেদখল আৰু পৰিভ্ৰমী চৰাই নিধন কাৰ্যত খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ উদ্বেগ প্ৰকাশ। জিলাৰ সৰ্থেবাৰী অঞ্চলৰ ইতিহাস…