Category: ৰাজ্য

মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ

মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ। বাক্সাৰ নিকাচি কাৰাগাৰৰ পৰা ওলাল জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ। আদালতে জামিন…

ৰামকৃষ্ণ সেৱাশ্ৰমত পৱিত্ৰ কুমাৰী পূজা

বঙাইগাঁৱৰ মিছনপাৰাস্থিত ৰামকৃষ্ণ সেৱাশ্ৰমত পৰম্পৰা অনুসৰি এইবাৰো অনুষ্ঠিত কৰা হয় পৱিত্ৰ কুমাৰী পূজা। কেইবাশতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত সম্পন্ন কৰা হয়…

দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা প্ৰাণ গ’ল তিনি যুৱকৰ

দৰঙৰ সৰকাৰ চ’কত মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত তিনিকৈ লোক। মঙলদৈৰ পৰা তেজপুৰ অভিমুখী MK 46 AF 7002 নম্বৰৰ মালবাহী…

বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক সাক্ষাৎ সদৌ অসম সত্ৰ মহাসভাৰ প্ৰতিনিধিৰ দলৰ

বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক সাক্ষাৎ সদৌ অসম সত্ৰ মহাসভাৰ প্ৰতিনিধিৰ দলৰ সত্ৰ আৰু নামঘৰসমূহৰ নামঘৰীয়া আৰু গায়ন বায়নসকলক মাহিলী ভাট্টা…

বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে দুৰ্গা পূজাৰ আয়োজন

বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে দুৰ্গা পূজাৰ আয়োজন। কৰ্তব্যৰ মাজতে একত্ৰিত হৈ দুৰ্গতিনাশিনীৰ আৰাধনাত ব্যস্ত বজালী আৰক্ষী। শাৰদীয় দুৰ্গোৎসৱৰ…

ভয়ংকৰ অগ্নিকাণ্ড;ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন

পূজাৰ আনন্দৰ মাজতে বজালীৰ নিত্যানন্দত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন। বজালী জিলাৰ নিত্যানন্দত শনিবাৰে নিশা সংঘটিত হয়…

বন্যহস্তীৰ ত্ৰাস: হাতী জাকে ভাঙিলে আপোন পঁজাটি

খেৰণি দক্ষিণ বনাঞ্চলৰ অন্তৰ্গত বৰমাটিখুলা গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ। শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত দুটা বনৰীয়া হাতীয়ে গাঁওখনত প্ৰৱেশ কৰি…

মহানগৰীৰ নীলাচল পাহাৰত নিশা হঠাৎ হাহাকাৰ পৰিস্থিতি।

মহানগৰীৰ নীলাচল পাহাৰত নিশা হঠাৎ হাহাকাৰ পৰিস্থিতি। শক্তিপীঠ মা কামাখ্যা দেৱালয়লৈ যোৱা মূল পথটোত হঠাতে বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ।…