Share and Enjoy !

Shares

শেহতীয়া বান পৰিস্থিতিয়ে কেইখনমান জিলাত সৃষ্টি কৰা ব্যাঘাত আৰু চলি থকা লোকপিয়লৰ কাম-কাজৰ পৰিপ্ৰেক্ষিতত দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২২ ফেব্ৰুৱাৰী, ২০২৭লৈ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৮ মাৰ্চ, ২০২৭লৈ অব্যাহত থাকিব।

সেই অনুসৰি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হ’ব।

সামাজিক মাধ্যমত ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *