মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোটাধিকাৰ সাব্যস্ত।
পৰিয়ালৰ সৈতে ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান মুখ্যমন্ত্ৰীৰ।
গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত কৰে ভোটদান।
ভোটদানৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পত্নী, সন্তানসহ মা কামাখ্যাৰ আশীষ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।