সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউণ্ট!
যুৱতীগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা নাইকিয়া হ’ল সকলো পোষ্ট।
পৰিয়ালৰ অনুৰোধত আৰক্ষীয়ে গ্ৰহণ কৰিলে এই ব্যৱস্থা
ইফালে, আছিক আলীক আদালতত হাজিৰ কৰোৱা হৈছে। নিশা স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি হাজিৰ কৰোৱা হয় আদালতত।