দুর্গা পূজাৰ আনন্দৰ মাজতে গুৱাহাটীত আন এক চাঞ্চল্যকৰ ঘটনা।
হেঙেৰাবাৰীৰ নেহা এপার্টমেন্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ।
নিথৰ অৱস্থাত উদ্ধাৰ ডলি কাশ্যপৰ মৃতদেহ।
মৃত যুৱতীগৰাকী শুৱালকুছিৰ ডলী কাশ্যপ।
এটা বীমা কোম্পানীত কৰ্মৰত আছিল যুৱতীগৰাকী।