Share and Enjoy !

Shares

মহানগৰীৰ কালাপাহাৰ বিষ্ণুপুৰ ইণ্ডাষ্ট্ৰী এৰিয়াত ভয়ংকৰ অগ্নিকাণ্ড।

ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ভস্মীভূত ফাৰ্ণিচাৰৰ গুদাম।

৪ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই।

বৰ্তমানলৈ জানিব পৰা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ।

Leave a Reply

Your email address will not be published. Required fields are marked *