Share and Enjoy !

Shares

মহানগৰীৰ কামাখ্যা নীলাচল পাহাৰত পুনৰ নাহৰফুটুকীৰ মুক্ত বিচৰণ।

নিশা খাদ্যৰ সন্ধানত নিলাচল বনাঞ্চলৰ পৰা ওলাই আহিল নাহৰফুটুকী।

কামাখ্যা মন্দিৰৰ পৰা ভুবেনেশ্বৰী মন্দিৰলৈ যোৱা পথত প্ৰত্যক্ষ কৰে এগৰাকী স্থানীয় লোকে।

লোকজনে নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰে দৃশ্য।

কামাখ্যা নিলাচল পাহাৰত প্ৰায়ে দেখা যায় এনে এনে ধৰণৰ নাহৰফুটুকীৰ বিচৰণ।

Leave a Reply

Your email address will not be published. Required fields are marked *