Share and Enjoy !

Shares

নিশা মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাকে মহতিয়াই লৈ গ’ল পথৰ কাষত ৰখাই থোৱা কেইবাখনো বাহন।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকসহ চালকত আটক মহানগৰ আৰক্ষীৰ।

দুৰ্ঘটনাত এখন বাহন সম্পূৰ্ণৰূপে চূৰ্ণ বিচুৰ্ণ হোৱাৰ লগতে ক্ষতিসাধন হয় কেইবাখনো বাহন।

অৱশ্যে এই দুৰ্ঘটনাত কোনো লোকৰ হতাহত হোৱাৰ খবৰ লাভ নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *