Share and Enjoy !

Shares

গুৱাহাটীত ইউৰোপিয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্বোধনী অনুষ্ঠান

দুদিনীয়া কাৰ্যসূচীৰে ৮ আৰু ৯ জুনত আয়োজন এই অনুষ্ঠানৰ

মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

উপস্থিত থাকিব ইউৰোপিয়ান ইউনিয়ন আৰু দেশৰ প্রতিনিধি

বৈদেশিক মন্ত্ৰালয়ৰ বিষয়াই ভাগ ল’ব অনুষ্ঠানত

সাংস্কৃতিক কার্যসূচী, প্রদর্শনী, কর্মশালা হ’ব অনুষ্ঠানত

Leave a Reply

Your email address will not be published. Required fields are marked *