Share and Enjoy !

Shares

আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

দীৰ্ঘদিন বন্ধ হৈ থকাৰ পিছত পুনৰ মুকলি হ’ল কাজিৰঙা।

কঁহৰা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰ মুকলি কৰিলে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাও।

আজি জীপ চাফাৰি সন্থাৰ কাৰ্যালয়ো মুকলি কৰা হয়। প্ৰথমে জীপ চাফাৰি মুকলি কৰা হ’ব, তাৰ পিছত আৰম্ভ কৰা হাতী চাফাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *