Share and Enjoy !

Shares

কলকাতাৰ শোকাৱহ ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

মৃতকৰ নিকটাত্মীয়ক চৰকাৰী চাকৰি দিব শুভেন্দু অধিকাৰী চৰকাৰে

মৃতকৰ পৰিয়ালক ৰাজ্য চৰকাৰে দিব ২৫ লাখ টকাকৈ আর্থিক অনুদানো

পদপিষ্ট হৈ ১৯ গৰাকীকৈ ভক্তৰ মৃত্যুৰ পাছতে এই ঘোষণা

ইতিমধ্যে পূজা কমিটীৰ ১২ সদস্যক আটক কৰিছে আৰক্ষীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *