Share and Enjoy !

Shares

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

বিয়লি ৪ বজাত দিল্লীৰ সেৱা তীৰ্থত হ’ব এই বৈঠক

বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা

বিদেশ ভ্ৰমণত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত বৈঠকত হ’ব আলোচনা

মধ্যপ্ৰাচ্যৰ যুদ্ধ সংকট সন্দৰ্ভতো হ’ব আলোচনা

মন্ত্ৰী পৰিষদৰ বৈঠকক লৈ দৃষ্টি নিবদ্ধ দেশবাসীৰ

ইন্ধন,খাদ্য-সামগ্ৰীৰ দামবৃদ্ধি সন্দৰ্ভতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা

Leave a Reply

Your email address will not be published. Required fields are marked *