Share and Enjoy !

Shares

পূজাৰ আনন্দ উল্লাসৰ মাজতে ছিপাঝাৰৰ গৰুখুটিত ভয়ংকৰ পথ দূৰ্ঘটনা।

দুৰ্ঘটনাত দুজনকৈ যুৱকৰ মৃত্যু।গুৰুতৰভাৱে আহত দুজন যুৱক।

দুখনকৈ দুচকীয়া বাহনৰ মুখামুখী সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত যুৱক দুজন অস্বীনি কুমাৰ নাথ( ৩৬) আৰু দ্বীপ দাস (২১) বুলি জানিব পৰা গৈছে।

আনহাতে আহত প্ৰসন্ন নাথ আৰু গৌতম মণ্ডল চিকিৎসাধীন৷

Leave a Reply

Your email address will not be published. Required fields are marked *