মৰিগাঁও দন্দুৱাত উদ্ধাৰ অচিনাক্ত মৃতদেহ।
দন্দুৱা জালুগুটিৰ মাজৰ পথাৰৰ ওচৰত এটা নৱনিৰ্মিত বিল্ডিঙৰ চৌহদত উদ্ধাৰ মৃতদেহটো।
বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতদেহটো।
উল্লেখযোগ্য যে মৃতদেহৰ মূৰৰ অংশ বিচাৰি পোৱা হোৱা নাই।
ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।