নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ স্বেচ্ছাই অৱসৰ গ্ৰহণ ।
বৃহস্পতিবাৰে অসম চৰকাৰে গ্ৰাহ্য কৰিছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰৰ আবেদন।
দেৱাশীষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰৰ আবেদনত চৰকাৰে জনালে অনুমোদন।
কিছুদিন পূৰ্বে স্বেচ্ছামূলক অৱসৰ বিচাৰি আবেদন কৰিছিল IAS বিষয়াগৰাকীয়ে।
বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ VRS আবেদন গ্ৰাহ্য কৰিলে চৰকাৰে।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে দেৱাশীষ শৰ্মা।
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী জ্যেষ্ঠ বিষয়াগৰাকী।
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে আগ্ৰহী সদ্যঅৱসৰী IAS দেৱাশীষ শৰ্মা।