Share and Enjoy !

Shares

উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ৷

জানিব পৰা মতে, স্থানীয় কেইজন মান যুৱকে গৰুভৰ্তি বাহন খন প্ৰত্যক্ষ কৰি বহু দূৰ খেদি খেদি অৱশেষত জব্দ কৰিবলৈ সক্ষম হয় ৷ বাহন খনত আছিল প্ৰায় ১৬ টা গৰু৷

বৰপেটাৰ কুকাৰপাৰৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰাৰ উদ্দেশ্যৰে বাহন খনত অনা হৈছিল চোৰাং গৰু কেইটা৷ বাহন খনৰ চালক হানিফ আলীক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *