শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন
৩০ এপ্ৰিলত ৰায়দান ঘোষণা কৰিব আদালতে
দুদিনৰ শুনানিৰ অন্তত ৩০ এপ্ৰিললৈ সংৰক্ষিত ৰায়
শ্যামকানু মহন্তৰ জব্দকৃত সামগ্ৰী মোকলাই দিবলৈ আৱেদন
আদালতত এই আৱেদন শ্যামকানুৰ অধিবক্তাৰ
শুকুৰবাৰে হ’ব মেনেজাৰ সিদ্ধাৰ্থৰ জামিনৰ শুনানি
ফাষ্টট্ৰেক আদালতত সম্পন্ন হয় শুনানি