“টকা পালে একাংশ সংখ্যালঘু ভোটাৰে গাহৰিও খাব” – দুলু আহমেদ
পুনৰ বিতৰ্কিত প’ষ্ট তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত হাজো-শুৱালকুছি সমষ্টিত শেষ হাঁহি…
ঐতিহাসিক জয়ৰ পাছতে সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ প’ষ্ট
ভাৰতীয় জনতা পাৰ্টীৰ ঐতিহাসিক বিজয়। অসমত যেন ধূলিসাৎ হ’ল কংগ্ৰেছ দল। অভিলেখ সৃষ্টি কৰিলে ১০২খন আসন দখল কৰিলে বিজেপি মিত্ৰজোঁটে।…
ষষ্ঠবাৰৰ বাবে জালুকবাৰীত পুনৰ জয়ী ডঃ হিমন্ত বিশ্ব শৰ্মা
ষষ্ঠবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা পুনৰ জয়ী হ’ল ডঃ হিমন্ত বিশ্ব শৰ্মা । ৮৭,৭০১ টা ভোটৰ ব্যৱধানত জালুকবাৰী সমষ্টিৰ পৰা…
অসম, পশ্চিমবংগ আৰু পুডুচেৰীত ভাৰতীয় জনতা পাৰ্টিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত ৰাজ্য তিনিখনৰ ভোটাৰক কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
ভাৰতীয় জনতা পাৰ্টিৰ ঐতিহাসিক বিজয়।। অসম, পশ্চিমবংগ আৰু পুডুচেৰীত ভাৰতীয় জনতা পাৰ্টিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত ৰাজ্য তিনিখনৰ ভোটাৰক…
BJPৰ ছুনামিত ধূলিসাৎ কংগ্ৰেছ;অসমৰ কোন কোন সমষ্টিত জয়ী হ’ল কংগ্ৰেছ প্ৰাৰ্থী?
বিজেপিৰ ঐতিহাসিক বিজয়। অসমত যেন ধূলিসাৎ হ’ল কংগ্ৰেছ দল। এতিয়ালৈকে মাত্ৰ ১৮খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছৰ নেতৃত্বাধীন মিত্ৰজোঁটে।…
ঐতিহাসিক পিছতে সংবাদমেল সম্বোধন ডঃ হিমন্ত বিশ্ব শর্মাৰ
বিজেপিৰ ঐতিহাসিক বিজয়। ঐতিহাসিক পিছতে সংবাদমেল সম্বোধন ডঃ হিমন্ত বিশ্ব শর্মাৰ। বশিষ্ঠৰ বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে…
কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা, যোৰহাট জিলাত কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি জিলা দণ্ডাধীশৰ
সোমবাৰে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত যোৰহাটৰ জিলা দণ্ডাধীশ জয় শিৱানী(IAS)য়ে সমগ্ৰ জিলাখনতে…
বিশিষ্ট সাংবাদিক, চিন্তাবিদ হাইদৰ হুছেইনলৈ ২০২৬ বৰ্ষৰ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’
বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক তথা চিন্তাবিদ হাইদৰ হুছেইনলৈ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ । অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে জাতীয় জীৱনলৈ…
নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ;গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা
নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। এইবাৰ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ ৩নং ৰংবঙত বন্যহস্তীৰ উপদ্ৰৱ। নিশা বনাঞ্চলৰ পৰা ওলাই…
জোনাইত বন্দুকসহ এটা চোৰাং চিকাৰী আটক
জোনাইত বন্দুকসহ এটা চোৰাং চিকাৰী আটক ধৃত চোৰাং চিকাৰীটো উজনি চিৰোং গাঁৱৰ নৰেন পেগু বুলি জানিব পৰা গৈছে জোনাইৰ প্রস্তাৱিত…