Tag: Assam news

মেঘালয়ৰ কয়লা খনিত শ্ৰমিক নিহত হোৱাৰ ঘটনাত উদ্বিগ্ন অসম জাতীয় পৰিষদৰ অভিযোগ: অবৈধ কয়লা খনন-ছিণ্ডিকেটৰ আঁৰত দিল্লী-দিছপুৰৰ আশীৰ্বাদ!

মেঘালায়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ অবৈধ কয়লা খনিত অসমৰ কেইগৰাকীমান শ্ৰমিক আৱদ্ধ হৈ মৃত্যুমুখত পৰা ঘটনাটো কেৱল দুখজনকেই নহয়, ভয়ংকৰভাৱে…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ গ্ৰন্থমেলাত ‘লালেটাপু যুদ্ধ’ৰ শুভ উন্মোচন

জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা শ্ৰীমন্তশংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত বহুকেইখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ মাজতে…

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বাগটাত উচ্চ নিৰাপত্তা যুক্ত কাৰাগাৰৰ শিলান্যাস

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বাগটাত উচ্চ নিৰাপত্তা যুক্ত কাৰাগাৰৰ শিলান্যাস। অসম চৰকাৰৰ কাৰাগাৰ মন্ত্ৰী ৰূপেশ গোৱালাই ভূমি পূজনেৰে কাৰাগাৰ নিৰ্মাণৰ…

পুনৰ মহানগৰীত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ

পুনৰ মহানগৰীত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ। গুৱাহাটীৰ ভৰলু আঠ নং গেটৰ ওচৰত জব্দ ড্ৰাগছখিনি। মহানগৰীত ড্ৰাগছ সৰবৰাহত নামিল পাঞ্জাবৰ যুৱক।…

বটদ্ৰৱাত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাত;একাংশ প্ৰতিবাদকাৰীক টানি চোঁচৰাই নিলে কংগ্ৰেছ কৰ্মীয়ে।

বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি। নগাঁওৰ পৰা বটদ্ৰৱালৈ কংগ্ৰেছ দলে ৰূপায়ণ কৰা ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা কাৰ্যসূচীৰ।মাজতে উত্তপ্ত পৰিস্থিতি এই কাৰ্যসূচীত কংগ্ৰেছ দলৰ…

বিপদত ৰাজপাল যাদৱ! চেক বাউন্সৰ গোচৰত কাৰাগাৰলৈ অভিনেতাগৰাকী

বৃহস্পতিবাৰে বলীউড অভিনেতা ৰাজপাল যাদৱে তিহাৰ জেল কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে। জেল সূত্ৰৰ মতে, বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত অভিনেতাজনে…

চৰকাৰ গঠনৰ পাছতে পুনৰ উত্তপ্ত মণিপুৰ

চৰকাৰ গঠনৰ পাছতে পুনৰ উত্তপ্ত মণিপুৰ। উপ-মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বৃহস্পতিবাৰে সন্ধিয়া টুইবং বজাৰ অঞ্চলত বৃহৎ সংখ্যক লোক…

ছিলিণ্ডাৰ বিস্ফোৰণ! ভস্মীভূত দোকান

মানকাচৰৰ নিউ মাৰ্কেটত ছিলিণ্ডাৰ বিস্ফোৰণ। জাহিনুৰ নামৰ ব্যৱসায়ীজনৰ দোকানত দুটাকৈ গেছ ছিলিণ্ডাৰৰ বিস্ফোৰণ । বিস্ফোৰণৰ ফলত দোকানএখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।…

বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুচকীয়া বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো। AS15S8716 নম্বৰৰ বাইক…

গ্ৰেপ্তাৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক

বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক। বশিষ্ঠ আৰক্ষীয়ে।গ্ৰেপ্তাৰ কৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষজনক। কাৰাগাৰখনৰ কয়দীক নিষিদ্ধ সামগ্ৰীৰ…