Tag: Assam news

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে…

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নিযুক্তি পত্ৰ প্ৰদান

আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ প্ৰদান কৰে। সৰ্বমুঠ ৫৭৫৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে…

গৰু চোৰৰ সন্দেহত গুৰুলা-গুৰুলকৈ প্ৰহাৰ যুৱকক

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা। এইবাৰ কলিয়াবৰত গৰু চোৰৰ সন্দেহত গুৰুলা-গুৰুলকৈ প্ৰহাৰ এজন যুৱকক। গৰু চোৰৰ সন্দেহত উন্মাদ ৰাইজৰ প্ৰহাৰ…

বন্যহস্তীৰ তাণ্ডৱ! নালু গাঁৱত বন্যহস্তীৰ আক্ৰমণত মৃত্যু ছাইদুল হকৰ

পুনৰ বন্যহস্তীৰ আক্ৰমনত নিহত এজন। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য । ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু…

পুনৰ অশান্ত জম্মু-কাশ্মীৰ! প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লালৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী

জম্মু-কাশ্মীৰত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা৷ জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লালৈ লক্ষ্য কৰিলে গুলীচালনা দুৰ্বৃত্তৰ৷ এক বিবাহ অনুষ্ঠানত সংঘটিত হয় এই ঘটনা।…

মিচিং জনগোষ্ঠীৰ হেঁপাহৰ উৎসৱ ‘আলি-আঃয়ে-লৃগাং’ৰ দিনটোক ৰাজ্য চৰকাৰে চৰকাৰী বন্ধ হিচাপে ঘোষণা

মঙলবাৰে নিশা দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেবিনেট…

মঙলদৈত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী

বুধবাৰে মঙলদৈস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অসমীয়া যুৱ মঞ্চ, দৰং জিলা সমিতিৰ উদ্যোগত…

বঙাইগাঁৱত আৰক্ষীৰ জালত জুৱাৰী

বঙাইগাঁৱত আৰক্ষীৰ জালত জুৱাৰী। হোলীৰ নামত জুৱা অনুষ্ঠিত কৰিছিল চাৰি যুৱকে। নিউ বঙাইগাঁৱৰ ভাওলাগুৰী- ঢালিগাঁও এলেকাত চলাইছিল মুকলি জুৱা। হাফিজুৰ…

ইফতাৰ কৰা নহ’ল হেলাল উদ্দিনৰ! ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হেলাল উদ্দিন

ইফতাৰ কৰা নহ’ল হেলাল উদ্দিনৰ।ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হেলাল উদ্দিন। শ্ৰীভূমি জিলাৰ মালুয়া জলালপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ঘটনাস্থলীতে…