Tag: assamnews

কংগ্রেছৰ সদ্য পদত্যাগী মুখপাত্র ৰাতুল কলিতাৰ বিজেপিত যোগদান

কংগ্রেছৰ সদ্য পদত্যাগী মুখপাত্র ৰাতুল কলিতাৰ বিজেপিত যোগদান। নলবাৰী বিজেপিৰ জিলা কাৰ্যালয়ত বিজেপিত যোগদান কৰে ৰাতুল কলিতাই। ৰাতুল কলিতাসহ অৰ্ধশতাধিক…

অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন হৈ থকা অভিজিত শইকীয়াৰ মৃতদেহ

নাগালেণ্ডৰ উষাত তিতাবৰৰ যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ। তিতাবৰ বিবিজানৰ অভিজিত শইকীয়াৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ নাগালেণ্ডৰ উষাৰ এখন নদীত…

বঙাইগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে বীৰঝৰা নাৰী সংঘই

আজি আন্তৰ্জাতিক নাৰী দিৱস।প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন…

কাছাৰত জব্দ ৩.২৫ কোটি টকাৰ হেৰ’ইন; গ্ৰেপ্তাৰ পাঁচজনক

কাছাৰ আৰক্ষী আৰু অসম ৰাইফলছৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য। এক গোপন খবৰৰ ভিত্তিত শিলচৰ-কালাইন পথত আৰক্ষী আৰু অসম ৰাইফলছে অভিযান…

“ধুনীয়া ছোৱালী এজনী মৰিয়নীত আহিছে বুলি শুনিছো,দেখিবলৈ ধুনীয়া ছোৱালীয়ে মোক নিৰ্বাচনত পৰাস্ত কৰিব নোৱাৰে”-বিধায়ক ৰূপজ্যোতি কুৰ্মী

আকৰ্ষণীয় হ’ব ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ মৰিয়নী সমষ্টি। এইবাৰ মৰিয়নী সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ড০ জ্ঞানশ্ৰী বৰা লগতে এই সমষ্টিটোৰ…

গৌৰীপুৰ বিধানসভা সমষ্টিত আৰম্ভ হৈছে টিকট কেন্দ্ৰিক ৰাজনীতি।

সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচনৰ ব্যস্ত পৰিৱেশ । নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক পৰিৱেশ গৰম…

৫০ বছৰৰ মূৰকত ডিব্ৰুগড় প্ৰেছ ক্লাৱে পালে স্থায়ী ঠিকনা

সোণালী জয়ন্তী বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় প্ৰেছ ক্লাৱে অৱশেষত লাভ কৰিলে নিজা স্থায়ী ঠিকনা। ডিব্ৰুগড়ৰ চৌকিডিঙ্গীস্থিত চাউথ জালান চাহ বাগিচাত…

কাৰ্বি আংলংত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত; নিহত দুই পাইলট

কাৰ্বি আংলং জিলাৰ চোকীহোলা অঞ্চলৰ নিলিপ ব্লকৰ দূৰ্গম পাহাৰীয়া এলেকাত বিমান দুৰ্ঘটনাগ্ৰস্ত। বৃহস্পতিবাৰে সন্ধিয়া ভাৰতীয় বায়ুসেনাৰ ছুখয় ছু-৩০ যুঁজাৰু বিমান…

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ উৎসৱৰ মাজতে মহানগৰীত ভয়ংকৰ ঘটনা;জীৱন্তে অগ্নিদগ্ধ কৰুণ মৃত্যু যুৱকৰ

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ উৎসৱৰ মাজতে গুৱাহাটী মহানগৰীৰ বামুনিমৈদাম ৰে’লৱে কলনীত ভয়ংকৰ ঘটনা। জীৱন্তে অগ্নিদগ্ধ হৈ এজন যুৱকৰ কৰুণ মৃত্যু।…

নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা স্কুটিৰ;নিহত এজন,আহত এজন

গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ পথ দুর্ঘটনা। মহানগৰীৰ গীতা মন্দিৰৰ সমীপৰ মাদাৰ টেৰেছা ৰোডত ভয়ংকৰ পথ দুর্ঘটনা। পথ দুৰ্ঘটনাত এজন যুৱকৰ…