‘‘গুৱাহাটীৰ পাহাৰত অবৈধ দখল কৰা মিঞাকহে কৰা হ’ব উচ্ছেদ। কোনো অসমীয়াৰ ওপৰত নহয় এই উচ্ছেদ অভিযান। একাংশই অসত্য বাতৰি প্ৰচাৰ কৰিছে।’’ মুখ্যমন্ত্ৰীৰ মন্তব্য
আজি ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰ প্ৰস্তুতৰ বাবে ‘পৰামৰ্শ গ্ৰহণ ভান’ মুকলি কৰি অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী…