বলীউদৰ বিশিষ্ট শিল্পী সুলক্ষণা পণ্ডিতৰ দেহাৱসান।
৭১ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।
জানিব পৰা অনুসৰি কিছুদিন ধৰি অসুস্থ হৈ আছিল অভিনেত্ৰীগৰাকী
নানাৱতী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।
সুলক্ষণা পণ্ডিত মৃত্যুৰ খবৰে মনোৰঞ্জন জগতত শোকৰ ছাঁ পৰিছে।
