১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী
দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী
সেই উপলক্ষে ২ জুলাইত অসমলৈ আহিব প্রধানমন্ত্রী মোদী
অসমত প্রধানমন্ত্রী মোদীৰ সৈতে বৈঠকত বহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী
৩ জুলাইত জাপানলৈ উভতি যাব ছানাই তাকাইচী