Share and Enjoy !

Shares

উৎকোচ লৈ CBIৰ জালত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অভিযন্তা

গ্রেপ্তাৰ NF ৰে’লৱেৰ শিলচৰৰ জ্যেষ্ঠ শাখা অভিযন্তাক

জানিব পৰা মতে, ঠিকাদাৰৰ ২০লাখ টকাৰ বিল পৰিশোধৰ নামত বিচাৰিছিল উৎকোচ

২০হাজাৰ টকা উৎকোচ লৈ গ্রেপ্তাৰ অভিযন্তাজন

সোমবাৰে গুৱাহাটীৰ CBI আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্তক

Leave a Reply

Your email address will not be published. Required fields are marked *