Share and Enjoy !

Shares

যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ অগ্নিকাণ্ড।

যোৰহাটত জেবি ৰোড বাইপাছত দপদপাই জ্বলিল মালবাহী চিমেণ্ট ভৰ্তি ট্ৰাক ।

তাৰ পাছতে হাহাকাৰ লাগে চালকৰ মাজত।

নিমিষতে জ্বলি ছাৰখাৰ চিমেণ্টভৰ্তি ট্ৰাকখন।

ট্ৰাকখন গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা অৱস্থাত যোৰহাট জেবি ৰোড বাইপাছত দপদপাই জ্বলি উঠে।

যান্ত্ৰিক বিজুটিৰ বাবেই জ্বলি উঠা বুলি দাবী চালকৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *