শ্ৰীভূমিত আটক সন্দেহজনক বাংলাদেশীক
ভাৰত-বাংলা সীমান্তৰ লাতু এলেকাৰ পৰা আটক কৰে সন্দেহজনক বাংলাদেশীটোক
আটক কৰা বাংলাদেশীটো বৰলেখা এলেকাৰ বিয়ানীবজাৰৰ জছিম উদ্দিন
ধৃত জছিমৰ পৰা আৰক্ষীয়ে জব্দ কৰে বাংলাদেশৰ টকা আৰু চিগাৰেট