Share and Enjoy !

Shares

অসমত ২১ জুনৰ নীট পৰীক্ষাৰ বিশেষ প্ৰস্তুতি

পৰীক্ষাৰ্থীৰ বাবে ২ তৰপীয়া নিৰাপত্তা বেষ্টনী

পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসার্ধত আৰোপ ১৪৪ ধাৰা

পৰীক্ষা কেন্দ্ৰত ম’বাইল জামাৰৰ ব্যৱস্থা

পৰীক্ষাকেন্দ্ৰত ২৪ ঘণ্টাই পহৰা দিব আৰক্ষীয়ে

CCTV ৰ নিৰীক্ষণত থাকিব প্ৰতিটো পৰীক্ষাকেন্দ্ৰ

সেনাৰ বিষয়াৰ দায়িত্বত থাকিব প্ৰশ্নকাকতৰ টোপোলা

ASTC বাছত পৰীক্ষাৰ্থীক যাত্ৰাৰ সুবিধা

এডমিট কার্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া যাত্ৰাৰ সুবিধা

Leave a Reply

Your email address will not be published. Required fields are marked *