Share and Enjoy !

Shares

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ।

গুৱাহাটীত বৈঠকত মিলিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।আৰু জাপানৰ প্ৰধানমন্ত্ৰী।

উত্তৰ পূবৰ অৰ্থনৈতিক আৰু বাণিজ্যিক দিশৰ পৰা এই বৈঠক এক যুগান্তকাৰী পদক্ষেপ হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য ।যে, ২০১৯ বৰ্ষত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিন তাৰিখ সকলো ঠিক হৈছিল।যদিও অসমত কা আন্দোলনে ব্যাপক হিংসাত্মক পৰিবেশ সৃষ্টি হোৱাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী বাতিল কৰিছিল অসম ভ্ৰমণ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *