জামিন লাভ মীন উন্নয়ন নিগমৰ কেলেংকাৰীত অভিযুক্ত তিনি বিষয়াৰ
বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰে জামিন
জামিন লাভ কৰে অভিযুক্ত পদ্মকান্ত হাজৰিকা, বিৰিঞ্চি অধিকাৰী, জ্যোতিষ শইকীয়াই
আৰক্ষীৰ গাফিলতিৰ বাবেই এই তিনি অভিযুক্ত বিষয়াই জামিন লাভৰ অভিযোগ
298/2022 নম্বৰৰ গোচৰৰ তথ্য আদালতত জনোৱা নাছিল
দুৰ্নীতি নিবাৰকৰ গোচৰত HCৰ পৰা জামিন লাভ কৰিছিল পদ্মকান্তই
স্বাস্থ্যজনিত কাৰণত জামিন লাভ কৰে পদ্মকান্ত হাজৰিকাই