Share and Enjoy !

Shares

চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱালৈ আদালতৰ জাননী

২৫ জুনত আদালতত হাজিৰ হোৱা নিৰ্দেশ

ভৰলুমুখত গছ কটাৰ সময়ত ছবি অংকন কৰিছিল মাৰ্শ্বেলে

আপত্তিজনক চিত্ৰ অংকন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মাৰ্শ্বেল

অৱশ্যে পাছত জামিন লাভ কৰিছিল মাৰ্শ্বেলে

বৃহস্পতিবাৰে গণেশগুৰি উৰণ সেতুৰ তলত মচি পেলোৱা জুবিন গাৰ্গৰ ছবি পুনৰ অংকণ কৰি চৰ্চালৈ আহিছিল চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *