Share and Enjoy !

Shares

জনশক্তি জনতা দলৰ মুৰব্বী তেজপ্ৰতাপ যাদৱক গ্ৰেপ্তাৰ।

পাটনাৰ পৰা গ্ৰেপ্তাৰ তেজপ্ৰতাপ যাদৱক।

শিক্ষাৰ্থীৰ সৈতে বিহাৰ বন্ধৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচীত অংশ লৈছিল যাদৱে।

ৰামগুলাম চ’কৰ পৰা ডাক বাংলো চৌহদ অভিমুখে যাত্ৰাৰ কৰাৰ সময়তে গ্ৰেপ্তাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *