প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীক প্ৰাণনাশৰ ভাবুকি।
পত্নী ডোনা গাংগুলীকো অনুৰূপ ভাবুকি।
বৰ্তমান পশ্চিমবংগ ক্ৰিকেট এছ’চিয়েশ্যনৰ অধ্যক্ষ হৈ আছে সৌৰভ গাংগুলী।
এছ’চিয়েশ্যনৰ কলকাতাস্থিত কাৰ্যালয়লৈ আহিল ভাবুকিভৰা পত্ৰ।
ঠাকুৰপুৰ আৰক্ষী থানাত গাংগুলীৰ পৰিয়ালে এই সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ।