Share and Enjoy !

Shares

কাহিলীপাৰাৰ প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল’বলৈ যোৱা শিক্ষকৰ দলক ছিপাঝাৰত আবদ্ধ পাথৰিঘাট আৰক্ষীৰ।

আৰক্ষীৰ বাধাৰ সন্মুখীন হোৱাত ঠাইতে প্ৰতিবাদত বহিল শিক্ষকসকল।

শোণিতপুৰ আৰু ওদালগুৰিৰ ২১ জনীয়া এটি শিক্ষকৰ দল আহিছিল কাহিলীপাৰাৰ প্ৰতিবাদস্থলীলৈ।

কাহিলীপাৰাত আছে সদৌ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী।

আৰক্ষীৰ বাধাৰ বাবে প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল’বলৈ অহা শিক্ষকৰ দলটোৱে ছিপাঝাৰৰ জয়পালপাৰত চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *