Share and Enjoy !

Shares

শিৱসাগৰত সদৌ অনুসুচীত জাতি ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰতিবাদ।

অভয় আৰু মানসৰ হত্যাকাণ্ডৰ তদন্ত বিচাৰি প্ৰতিবাদ।

আৰক্ষীয়ে তদন্ত লেহেমীয়া গতিৰে কৰাৰ অভিযোগ।

শিৱসাগৰ সদৰ থানা ঘেৰা কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে দুদিনৰ পূৰ্বে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দুজন ছাত্ৰ অভয় আৰু মানসৰ মৃতদেহ উদ্ধাৰ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *