Share and Enjoy !

Shares

গোলাঘাটত মুখ্যমন্ত্রী তদাৰকী কোষৰ অভিযান

এটা নিৰ্মীয়মাণ পাঁচ মহলীয়া অট্টালিকাত চলিছে অভিযান

গোলাঘাট নগৰৰ ১১নং ৱাৰ্ডৰ চন্দন নগৰত চলিছে অভিযান

ACS বিষয়া দেৱেশ্বৰ বৰাৰ ওলাইছে গোলাঘাট লিংক

দেবেশ্বৰ বৰাৰ পত্নীৰ নামত আছে এই অট্টালিকাটো

৭ ছেপ্টেম্বৰত গ্রেপ্তাৰ হৈছিল ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেবেশ্বৰ বৰা

দেবেশ্বৰ বৰাৰ গুৱাহাটীৰ বাসগৃহতো চলিছিল অভিযান ভিজিলেন্সৰ অভিযান

Leave a Reply

Your email address will not be published. Required fields are marked *