নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে AIUDF দলৰ প্ৰাৰ্থী ঘোষণা।
বদৰুদ্দিন আজমল হ’ব নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী।
হোজাইত অনুষ্ঠিত এক সভাৰ অন্তত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় আজমলৰ নাম।
দলৰ উপসভাপতি আব্দুল কাদিৰে প্ৰাৰ্থী হিচাপে ঘোষণা কৰে আজমলৰ নাম।