পাণ্ডু লোকো কলনীৰ ৰীতা দিদিৰ ঘৰত চোৰৰ লুটপাত।
ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান।
চাফা কৰিলে দুটাকৈ গডৰেজত থকা সোণৰ গহনা।
কিছুদিন পূৰ্বে ঘৰ খনলৈ আহিছিল ন বোৱাৰী।
চোৰে ন বোৱাৰী দুটাকৈ সোণৰ ছেট লৈ উধাও।
ঘটনা সন্দৰ্ভ জালুকবাৰী আৰক্ষীক খবৰ দিয়া হয়।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।