Share and Enjoy !

Shares

জালুকবাৰীৰ আৰক্ষীৰ জালত পৰিল তিনি চিলনী চোৰ

মহিলাৰ ডিঙিৰ চেইন কাঢ়ি পলাবলৈ লওতেই জালুকবাৰীত কৰ্ত্যবৰত যানবাহন আৰক্ষী আৰু স্থানীয় লোকে কৰায়ত্ত কৰে দুধৰ্ষ চেইন চোৰৰ গেংটোৰ তিনিজনক

দুখন বাইকত আহিছিল চাৰি চিলনী চোৰ

ইয়াৰে তিনিজনক আটক কৰাৰ লগতে জব্দ কৰে AS 14 T 3246 নম্বৰৰ বাইক এখন

এজন বাইক লৈ উধাও

ধৃত চোৰ কেইজন নলবাৰীৰ প্ৰীতম দাস,তীৰ্থ দাস আৰু প্ৰীয়ানুষ দাস বুলি জানিব পৰা গৈছে

বৰ্তমান জালুকবাৰী আৰক্ষীয়ে ধৃত চোৰ কেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে

Leave a Reply

Your email address will not be published. Required fields are marked *