Share and Enjoy !

Shares

কিমান লোভনীয় হ’লে থাৰ বাহনৰে ভাং সৰবৰাহ কৰিব পাৰে

বিলাসী বাহনেৰে নিচাজাতীয় দ্ৰব্য কঢ়িয়াই মহানগৰ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

আজাৰা হাতখোৱা পাৰাৰ প্ৰদীপ দাস আৰু বসন্ত দাস নামৰ দুই সৰবৰাহকাৰীক আটক মহানগৰ আৰক্ষীৰ

ML 04B 1865 নম্বৰৰ থাৰ খনেৰে আজাৰা দিশৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল দুই সৰবৰাহকাৰী

বাহন খনত লুকুৱাই আনিছিল বুজন পৰিমাণৰ কফ চিৰাপৰ বটলৰ লগতে ভাং

পশ্চিম আৰক্ষী জিলাৰ SOG টিমে খেদি খেদি ধাৰাপুৰত আটক কৰে দুই সৰৰাহকাৰীক

উদ্ধাৰ কৰে ভালেমান কফ ছিৰাপ আৰু বৃহৎ পৰিমাণৰ গাঞ্জা

অধিক তথ্যৰ বাবে আজৰা আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে

Leave a Reply

Your email address will not be published. Required fields are marked *