অসম আৰক্ষীৰ বৃহৎ ব্যাপক ৰদ-বদল।
গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত মাহাতো অমিত কুমাৰ সিদ্ধি প্ৰসাদক বদলি।
উপ-আৰক্ষী আয়ুক্ত মাহাতো অমিত কুমাৰ সিদ্ধি প্ৰসাদক নিযুক্তি মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বিভাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে।
মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বিভাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উৎপল বায়নক বদলি।
সীমান্ত শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিচাপে।নিযুক্তি উৎপল বায়নক
কাৰ্বি আংলঙৰ 23 APBnৰ কামাণ্ডেণ্ট নিৰ্মল বৈশ্যক বদলি।
নিযুক্তি দিয়া হৈছে অগ্নি আৰু আপাতকালীন বিভাগৰ উপ-সঞ্চালক হিচাপে।
শদিয়াৰ ষষ্ঠ অসম কামাণ্ডো বেটেলিয়নৰ কামাণ্ডেণ্ট আনন্দ টকবিকো বদলি।
নিযুক্তি দিয়া হৈছে কাৰ্বি আংলঙৰ 23 APBnৰ কামাণ্ডেণ্ট হিচাপে।
গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (প্ৰট’কল) ইফতাখাৰ আলীক বদলি।
নিযুক্তি দিয়া হৈছে বৰপেটাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে।
শ্ৰীভূমিৰ 15 APBnৰ কামাণ্ডেণ্ট গীতাঞ্জলি দলেক বদলি।
নিযুক্তি দিয়া হৈছে গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (প্ৰট’কল) হিচাপে।
কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিক বদলি।
নিযুক্তি দিয়া হৈছে সহকাৰী আৰক্ষী মহাপৰিদৰ্শক হিচাপে।
শিৱসাগৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামক বদলি।
নিযুক্তি দিয়া হৈছে ষষ্ঠ অসম কামাণ্ডো বেটেলিয়নৰ কামাণ্ডেণ্ট হিচাপে।
কাৰ্বি আংলঙৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াক বদলি।
নিযুক্তি দিয়া হৈছে কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে।
গোৱালপাৰাৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাহাৰী কোঁৱৰক বদলি।
নিযুক্তি দিয়া হৈছে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে।