Share and Enjoy !

Shares

কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সকাহ।

মানহানি গোচৰত ৰাহুল গান্ধীক দোষমুক্ত ঘোষণা ছুলতানপুৰ আদালতৰ।

২০১৮ চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে কৰিছিল আপত্তিজনক মন্তব্য।

ছুলতানপুৰৰ MP-MLA আদালতত চলিছিল গোচৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *