Share and Enjoy !

Shares
  • ৩৫ বছৰীয়া ঘাতক ঘনকান্ত গগৈৰ প্ৰকৃত ঘৰ হ’ল ডিব্ৰুগড়ত
  • বশিষ্ঠৰ সাওকুছি এলেকাত ঘৰ ঘাতক ঘনকান্ত গগৈৰ
  • ঘনকান্তক প্রথমে সাউকুছিৰ পৰা গ্রেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে
  • নিশাটো বশিষ্ঠ আৰক্ষী থানাতে আছিল ঘনকান্ত গগৈ
  • পুৱা পল্টনবজাৰ আৰক্ষীক গতাই দিয়ে বশিষ্ঠ আৰক্ষীয়ে
  • ঘনকান্তৰ ঘৰৰ পৰা জব্দ পইণ্ট ৩২ পিষ্টলটোৰ মেগজিনত নোলাল গুলী
  • ব্যৱসায়ী ঘনকান্তৰ নামতে আছিল হত্যাত ব্যৱহৃত পিষ্টলটো
  • পিষ্টলটোত থকা সম্পূৰ্ণ গুলী ব্যৱহাৰ কৰিছিল ঘনকান্তই
  • হত্যাকাৰী ঘনকান্তৰ পিষ্টলটো নাগালেণ্ডৰ পঞ্জীয়নকৃত
  • পল্টনবজাৰ থানাত মাৰাথন জেৰা অব্যাহত হত্যাকাৰী ঘনকান্তক
  • পূৰ্বে কয়লা ছিণ্ডিকেটৰ সৈতেও সাঙোৰ খাইছিল ঘনকান্তৰ নাম…

Leave a Reply

Your email address will not be published. Required fields are marked *