Skip to content
- ৩৫ বছৰীয়া ঘাতক ঘনকান্ত গগৈৰ প্ৰকৃত ঘৰ হ’ল ডিব্ৰুগড়ত
- বশিষ্ঠৰ সাওকুছি এলেকাত ঘৰ ঘাতক ঘনকান্ত গগৈৰ
- ঘনকান্তক প্রথমে সাউকুছিৰ পৰা গ্রেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে
- নিশাটো বশিষ্ঠ আৰক্ষী থানাতে আছিল ঘনকান্ত গগৈ
- পুৱা পল্টনবজাৰ আৰক্ষীক গতাই দিয়ে বশিষ্ঠ আৰক্ষীয়ে
- ঘনকান্তৰ ঘৰৰ পৰা জব্দ পইণ্ট ৩২ পিষ্টলটোৰ মেগজিনত নোলাল গুলী
- ব্যৱসায়ী ঘনকান্তৰ নামতে আছিল হত্যাত ব্যৱহৃত পিষ্টলটো
- পিষ্টলটোত থকা সম্পূৰ্ণ গুলী ব্যৱহাৰ কৰিছিল ঘনকান্তই
- হত্যাকাৰী ঘনকান্তৰ পিষ্টলটো নাগালেণ্ডৰ পঞ্জীয়নকৃত
- পল্টনবজাৰ থানাত মাৰাথন জেৰা অব্যাহত হত্যাকাৰী ঘনকান্তক
- পূৰ্বে কয়লা ছিণ্ডিকেটৰ সৈতেও সাঙোৰ খাইছিল ঘনকান্তৰ নাম…