Share and Enjoy !

Shares

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত বিকাশ শইকীয়াক আক্ৰমণ।

আক্ৰমণক লৈ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈৰ।

জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ গুণ্ডাই বিদ‍্যুৎ শইকীয়াক আক্ৰমণ কৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গগৈৱে

এই আক্ৰমণৰ তীব্ৰ গৰিহণা দি অখিল গগৈৱে কয়- কুশল দুৱৰীৰ লগতে দুৱৰীৰ বিজেপিৰ গুণ্ডাবাহিনীক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে অখিল গগৈয়ে ৷

লগতে প্ৰাণজিৎ গগৈ নামৰ এজন যুৱককো আক্ৰমণ কৰা বুলি উল্লেখ কৰে গগৈয়ে।

ইফালে বিদ্যুত শইকীয়াক কৰা আক্ৰমণৰ বাবে অম্লানজ্যোতি গগৈয়ে শিৱসাগৰ আৰক্ষীৰ ওচৰত দাখিল কৰিছে এজাহাৰ।

বকুল দুৱৰী, তৈল্য গগৈ, প্ৰিন্স ফুকন, দিপাংকৰ সন্দিকৈসহ সহযোগীসকলৰ বিৰুদ্ধে দাখিল কৰিছে এই এজাহাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *