Share and Enjoy !

Shares

পুনৰ ৰাজ্যত অনুষ্ঠিত হ’ব LP-UPৰ বিশেষ টেট।

চলিত বৰ্ষৰ ২৮ জুনত অনুষ্ঠিত হ’ব এই বিশেষ টেট।

১২ জুনৰ পৰা নিৰ্দিষ্ট প’টেলত উপলব্ধ হ’ব প্ৰৱেশ পত্ৰ। বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষক পদৰ বাবে টেট।

এইবৰ্ষৰ ৬ জানুৱাৰীত জাৰি কৰা হৈছিল LP-UPৰ বিশেষ টেটৰ বিজ্ঞাপন।

Leave a Reply

Your email address will not be published. Required fields are marked *