ৰাজ্য চৰকাৰৰ অসামৰিক বঁটা ঘোষণা
শিল্প,সাহিত্য,সমাজৰ বাবে বিশেষ বৰঙণি আগঢ়োৱা ব্যক্তি সকললৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আগবঢ়াৱ বিভিন্ন বঁটা
২০ জুনৰ বিষ্ণু ৰাভা দিৱসত প্রদান কৰা হ’ব ৩ টা অসামৰিক বঁটা
দামোদৰ দেৱ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব এই বঁটা
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ২০২৫ৰ আজান পীৰ বঁটা প্ৰদান কৰিব জিকিৰ শিল্পী ছামছুদ্দিন আহমেদক
২০২৬ৰ বিষ্ণুৰাভা বঁটা নৃত্য শিতানত প্ৰদান কৰা হ’ব সত্ৰীয়া সংস্কৃতিৰ সাধক মানিক বৰবায়নক
চিত্ৰশিল্পী মধুসুদন দাসক প্ৰদান কৰা হ’ব ফাইন আৰ্টছ শিতানত বিষ্ণুৰাভা বঁটা
২০২৬ৰ সতী সাধনী বঁটা প্ৰদান কৰা হ’ব পদ্মশ্ৰী গীতা উপাধ্যায়ক
আজান পীৰ বঁটাত থাকিব ৩ লাখ টকা লগতে সতী সাধনী বঁটা আৰু বিষ্ণৰাভা বঁটাত থাকিব ২ লাখকৈ টকা